ড০ দ্বিজেন্দ্ৰ নাথ ভকত

গ্রন্থপঞ্জি


অসমীয়া গ্ৰন্থ

১) শ্ৰী শ্ৰী শঙ্কৰদেৱৰ বিৰচিত বৰগীত – ১৯৯২

২) শ্ৰীশ্ৰী শঙ্কৰদেৱ-মাধবদেৱ বিৰচিত বৰগীত – ১৯৯২

৩) কীৰ্তন : এক সমীক্ষাত্মক আলোচনা – ১৯৯৪

৪) সত্ৰৰ সমীক্ষাত্মক ইতিবৃত্ত (পশ্চিম অসমৰ আৰু উত্তৰ বঙ্গ) – ১৯৯৫

৫) জীৱন মুকুত হৰিহৰ আতাৰ চৰিত – ১৯৯৬

৬) ৰাজবংশী ভাষা-সাহিত্যৰ পৰিচয় – ২০০০

৭) শ্ৰীমন্ত শঙ্কৰজ্যোতি (সম্পাদিত) – ২০০১

৮) কুশান গান – ২০০১

৯) জৰ্জ এৱাহাম প্ৰিয়াৰছন আৰু ভাৰতীয় ভাষা সাহিত্য – ২০০২

১০) শত জনৰ স্মৃতিত প্রতিমা বৰুৱা পাণ্ডে (জীৱন আৰু গান) – ২০০৩

১১) ভক্তি ৰত্নাকৰ সাৰ – ২০০৪

১২) ড০ ধীৰেন দাস : সোণালী স্মৃতি (সম্পাদিত) – ২০০৬

১৩) যাদবানন্দ অধিকাৰী : জীৱন আৰু কৃতিত্ব (সম্পাদিত) – ২০০৬

১৪) নৰনাৰায়ণ-চিলাৰায় – ২০০৬

১৫) পশ্চিম অসমৰ সাহিত্য সংস্কৃতিৰ গ্ৰন্থপঞ্জী (সম্পাদিত) – ২০০৭

১৬) ৰুক্মিণী কান্ত ৰায় : সংক্ষিপ্ত জীৱন বীক্ষণ (সম্পাদিত) – ২০০৮

১৭) অসমৰ কোচ-ৰাজবংশী জনজাতি – ২০০৮

১৮) মোৰ কবিতাত তুমি (কাব্যগ্ৰন্থ) – ২০০৮

১৯) নামঘোষাৰ তত্ব কথা – ২০০৯

২০) লোক সংস্কৃতিৰ সুবাস (সম্পাদিত) – ২০১১

২১) ৰাজবংশী লোক সাহিত্য – ২০১৩

২২) ভাওয়াইয়া গান – ২০১৫

২৩) শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত গুণমালা (সম্পাদিত) – ২০১৫

২৪) পাঁচখন নাটক – ২০১৬

২৫) ভ্ৰমণ দেশ আৰু বিদেশ (১ম খণ্ড) – ২০১৮


ৰাজবংশী গ্ৰন্থ

২৬) ৰাজবংশী মহাভাৰত – ২০০১

২৭) ৰাজবংশী ভাষাৰ পইলা পাঠ – ২০০৯

২৮) ৰাজবংশী ভাষা প্ৰসঙ্গ (সম্পাদিত) – ২০০৪

২৯) বৈকুণ্ঠ বেহাৰ (সম্পাদিত) – ২০০৫

৩০) ৰাজবংশী লোক দেবতা মাশান (সম্পাদিত) – ২০০৭

৩১) ৰবীন্দ্ৰ নাথ ঠাকুৰেৰ গীতাঞ্জলি (ৰাজবংশী অনুবাদ) – ২০১৪

৩২) কেওয়া ফুলেৰ মধু (ৰাজবংশী কাব্য সংকলন) – ১৯৯৯

৩৩) গোপীচান্দেৰ গান (ৰাজবংশী কাব্য) – ২০১৫

৩৪) শ্ৰীমন্ত শঙ্কৰদেব (ৰাজবংশী ভাষাত) – ২০০৫

৩৫) ভাওয়াইয়া গান সমীক্ষা – ২০১৬

৩৬) কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতিৰ ভাষণ, ৰূপালী জয়ন্তী আৰো ৪ৰ্থ ত্ৰিবাৰ্ষিক অধিবেশন – ২০১৮

৩৭) জাগৃতি – ১৯৯৬


ইংৰাজী গ্ৰন্থ

৩৮) The Assamese Vaishnavite Satras of West Assam and North Bengal – 2012

৩৯) Rajbangshi Language (History and Grammar) – 2016


বাংলা গ্ৰন্থ

৪০) তোমাৰ জন্য (কাব্য) – ২০১০