মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃত ভাষাত বিৰচিত ‘ভক্তিৰত্নাকৰ’ গ্রন্থ খনৰ সাৰ স্বৰূপ ‘ভক্তি ৰত্নাকৰ সাৰ’ । ইয়াত মূল সংস্কৃত গ্রন্থ খনৰ ৩৮ টা মাহাত্য় সংক্ষিপ্ত আকাৰত বৰ্ণনা কৰা হৈছে । সকলো শ্রেণীৰ পাঠকৰ বাবে ই এখন মূল্য়বান গ্রন্থ ।
প্ৰথম সংস্কৰণ : ২০০৩
প্রকাশক: অসম সাহিত্য সভা