ড০ দ্বিজেন্দ্ৰ নাথ ভকত

জাগৃতি

জাগৃতি

সম্পাদক: ড০ দ্বিজেন্দ্ৰ নাথ ভকত
মূল্য ₹ 12

‘জাগৃতি’ গ্ৰন্থ খনত ত্রিশ জন লেখকৰ ৰাজবংশী ভাষাত লিখা কবিতা আৰু প্ৰবন্ধ সন্নিবিষ্ট হৈছে । এইখন গৌৰীপুৰত প্ৰতিষ্ট ৰাজবংশী ভাষা সাহিত্য়েৰ আসৰৰ মুখপত্র ।

প্ৰথম সংস্কৰণ: ১৯৯৬

প্রকাশক : ৰাজবংশী ভাষা সাহিত্য়েৰ আসৰ, অসম